পুনৰ ভূমিকম্পই জোকাৰি গ’ল শোণিতপুৰ

 05/06/2021 - 13:52

 

নিউজ ডেস্ক: পুনৰ ভূমিকম্পই জোকাৰি গ’ল শোণিতপুৰ৷ পুৱা ১০.৩০ বজাত ৩.৫ ৰিখতাৰ স্কেলৰ ভূঁইকপ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।