ক’ভিডত মৃত্যুৰ সংখ্যা বেছি হ’লে প্ৰয়োজনত ব্ৰক্ষপুত্ৰৰ পাৰত হ’ব নতুন শ্মশান- ড০ হিমন্ত বিশ্ব শৰ্মা

 05/06/2021 - 14:14

নিউজ ডেস্ক: ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ ড০ হিমন্ত বিশ্ব শৰ্মাই কলে ক’ভিডত মৃত্যুৰ সংখ্যা বেছি হ’লে প্ৰয়োজনত ব্ৰক্ষপুত্ৰৰ পাৰত হ’ব নতুন শ্মশান৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।