মৰিগাঁৱত উপস্থিত মন্ত্ৰী পিয়ুষ হাজৰিকা

 05/15/2021 - 19:12

 

মৰিগাঁওঃ মৰিগাঁৱত উপস্থিত মন্ত্ৰী পিয়ুষ হাজৰিকা। উপায়ুক্ত কাৰ্য্যালয় সভা কক্ষত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত আলোচনাত মিলিত হয়। তাৰ পিছতেই মৰিগাঁও অসামৰিক চিকিৎসালয় পৰ্ৰিদশন কৰে আৰু চিকিৎসালয়খনৰ চিকিৎসক আৰু সকলো স্বাস্থ্যকৰ্মীক যাতে কভিডৰ বাবে যিবোৰ দায়িত্ব সেই সমুহ নিয়াৰিকৈ পালন কৰে অন্যথা বিহিত ব্যৱস্থা লোৱা হব বুলি কয় মন্ত্ৰী গৰাকীয়ে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।