05/17/2021 - 13:19
in

কাৰ্বি আংলংঃ ক'ভিডত আক্রান্ত হৈ গুৱাহাটীৰ জি এম চি এইচত চিকিৎসাধীন হৈ আছিল সাংবাদিকগৰাকী৷ নিশা ১২.৪৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে৷ সাংবাদিকৰ উপৰিও সমাজৰ বিভিন্ন অনুষ্ঠানত অগ্ৰণী ভূমিকা পালন কৰিছিল৷ ৰুবুল দিহিঙীয়াৰ মৃত্যুত সমগ্ৰ বোকাজানত গভীৰ শোকৰ ছাঁ