ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৫২ জন কাৰাবন্দীৰ দেহত ক’ভিড-১৯ পজিটিভ

 05/19/2021 - 11:45

 


নিউজ ডেস্কঃ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৫২ গৰাকী কাৰাবন্দী ক’ৰণাত আক্ৰান্ত। বৰ্তমান কাৰাগাৰত ৫২৪জন কাৰাবন্দী আছে। কাৰাগাৰতে ৰোগীসকলক চিকিৎসা প্ৰদান কৰি আছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।