১৭ জুনত লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কিমিন বিলগড়লত উপস্থিত হ’ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

 06/16/2021 - 20:13

 


নিউজ ডেস্কঃ ১৭ জুনত লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কিমিন বিলগড়লৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷ বিলগড়ত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰুণাচলৰ সাতটাকৈ পথ৷ সীমান্ত পথ প্ৰাধিকৰণৰ (Border Roads)ৰ দ্বাৰা নিৰ্মিত কিমিনৰ পৰা পুটিন সংযোগী পথটো নিজহাতে উদ্বোধন কৰাৰ লগতে অন্য ছটা গুৰুত্বপুৰ্ণ পথ উদ্বোধন কৰিব অনলাইনযোগে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।