কামপুৰৰ কচুৱাৰ কান্দাপাৰাত লতামাকৰি বাঘৰ পোৱালী উদ্ধাৰ

 06/22/2021 - 17:45

 

কামপুৰঃ কামপুৰৰ কচুৱাৰ কান্দাপাৰাত লতামাকৰি বাঘৰ পোৱালী উদ্ধাৰ। পুৱাৰ ভাগত গাঁওখনত বাঘৰ পোৱালীটোক উৎসুকতা বৃদ্ধি পাই গাঁওবাসীৰ মাজত। পিছত গাঁওবাসীয়ে কামপুৰৰ বনআঞ্চলিক বিষয়া আৰু আৰক্ষীক খৱৰ দিয়ে। স্থানীয়লোকে আৰক্ষীৰ আৰু বনকৰ্মী সহযোগেৰে বাঘৰ পোৱালীটো ধৰিবলৈ সক্ষম হয়। বৰ্তমান স্থানীয়লোকে কামপুৰৰ বনবিষয়া ৰাজেন শইকীয়াৰ হাতত বাঘটো চমজাই দিছে। বনবিষয়া গৰাকীয়ে আঘাটপ্ৰাপ্ত বাঘটো চিকিৎসা কৰি সংমণ্ডল বন বিষয়াক গতাই দিব বুলি উল্লেখ কৰে।
 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।