অসমত কেইবাখনো জিলাত লকডাউনৰ পূৰ্ণ সম্ভাৱনা- পীয়ুষ হাজৰিকা

 06/23/2021 - 15:08

 

নিউজ ডেস্কঃ মঙলবাৰে কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই সদৰী কৰে যে অসমত কেইবাখনো জিলাত লকডাউনৰ সম্ভাৱনা৷ জিলাকেইখনত হ্ৰাস পোৱা নাই কৰ’নাৰ সংক্ৰমণ৷ আজি দিছপুৰত অনুষ্ঠিত হ’ব পৰ্যালোচনা বৈঠক৷ তিনিচুকীয়া, কাছাৰ, ডিব্ৰুগড়, নগাঁৱত চোকা নজৰ৷ শোণিতপুৰ, বিশ্বনাথতো হ্ৰাস পোৱা নাই সংক্ৰমণ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।