চাপৰ আৰক্ষীৰ বৃহৎ সফলতাঃ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

 07/18/2021 - 18:44

 

নিউজ ডেস্কঃ সাম্প্ৰতিক সময়ত ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ সময়তে ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ এক সফলতা। এক গোপন সূত্ৰৰ পমখেদি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰনৱ দলেৰ নেতৃত্বত এক সজাতি দলে ড্ৰাগছসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।

যুবকজন মনজিল বড়ো বুলি জানিব পৰা গৈছে। উল্লেখ্য যে উক্ত অভিযানত আটক কৰা ল’ৰাজনৰ স্বীকাৰোক্তিৰ ভিত্তিত চাপৰ কাজিপাৰাৰ এটা ঘৰত অভিযান চলাই প্ৰায় ৭০ টাকৈ ড্ৰাগছ কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.