মাৰ্ঘেৰিটাৰ পাৱৈত ভুৱা আধাৰ কেন্দ্ৰ উৎখাত

 07/20/2021 - 15:45


 

মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাৰ পাৱৈত ভুৱা আধাৰ কেন্দ্ৰ উৎখাত৷ মাৰ্ঘেৰিটা পাৱৈ চাইডিঙত ভুৱা আধাৰ কেন্দ্ৰত আৰক্ষীৰ অভিযান। উৎখাত কেন্দ্ৰটো, ৩ জন আটক। দীৰ্ঘদিন ধৰি কেন্দ্ৰটো পঞ্জীয়ন নথকাকৈ আধাৰ কাৰ্ড বনাই আহিছিল। আজি মাৰ্ঘেৰিটা আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতত কেন্দ্ৰটো অভিযান চলাই কেন্দ্ৰত তিনিজন ব্যক্তিক আটক কৰাৰ লগতে কেন্দ্ৰটো ব্যৱহাৰ হোৱা কম্পিউটাৰ, লেপটপ, প্নিটাৰ মেছিনসহ বহুসামগ্ৰী জব্দ কৰে।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।