লংকাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

 07/20/2021 - 16:50

 

লংকাঃ হোজাই লংকাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত 2 টা ড্ৰাগছ ভৰ্তি সৰু কন্টেইনাৰ আৰু এখন বাইকসহ  দুজনক আটক ।
ড্ৰাগছখিনি হিৰ'ইন নাইবা ব্ৰাউন চুগাৰ হোৱাৰ সন্দেহ। আটকাধীন ক্ৰমে মাধুৰ্য্য ডেকা  ৰাম বাবু পাটৰ আটক হোৱা লোককেইজনৰ ঘৰ লংকাৰ কাকীত বুলি জানিব পৰা গৈছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।