চৰকাৰে নতুন SOP ঘোষণা কৰাৰ লগে লগে কঠোৰ হৈ পৰে মৰিগাঁও জিলা প্রশাসন

 07/20/2021 - 18:28

 


মৰিগাঁওঃ চৰকাৰে নতুন SOP ঘোষণা কৰাৰ লগে লগে মৰিগাঁও জিলা প্রশাসন কঠোৰ হৈ পৰে। দিনৰ ১২.00 বজাৰ পৰা বিনা কাৰণত মৰিগাঁও ৰাজপথত ঘুৰি ফুৰা যান-বাহনৰ লগতে ৰাইজৰ উপৰত জিলা প্রশাসন কঠোৰ হৈ পৰে।
 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।