লাহৰিঘাটৰ বাপ্পি আহমেদ নামৰ এজন সাধাৰণ যুৱকৰ মহানুভৱতাঃ শতাধিক পৰিয়ালক খাদ্য-সামগ্ৰী বিতৰণ

 07/26/2021 - 13:57
 
 
 
 
 
লাহৰিঘাটঃ লাহৰিঘাটৰ টেঙাগুৰি গাঁৱৰ এজন সাধাৰণ যুৱক। যুৱকজনে কুকুৰা ফাৰ্ম খুলি এক স্বাৱলম্বিতাৰ পথ বাছি লৈছিল। সেই ফাৰ্মৰ যোগেদি লাভ কৰা ধনৰ বহু শতাংশ ধনেই খৰচ কৰে দুখীয়া নিচলাৰ বাবে। নিজ গাঁঠিৰ ধনেৰে আজিও প্ৰায় শতাধিক গৰাখহনীয়াগ্ৰস্থ পৰিয়ালক চাউল, তেল, দালি, পিয়াজ, নহৰু, বিস্কুট আদি বিতৰণ কৰে। এনে কাৰ্যৰ বাবে অঞ্চলবাসীয়ে প্ৰশংসা কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।