কামপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

 07/26/2021 - 14:33
 
 
কামপুৰঃ কামপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। কামপুৰ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এই প্ৰতিবাদ। দেশত বৃদ্ধি হোৱা অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ বাবে পদক্ষেপ লবৰ বাবে চৰকাৰক দাবী জনাই এই প্ৰতিবাদ। প্ৰতিবাদীসকলে চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।