নিৰ্মাণৰ ডেৰ বছৰ পিচতো আৱৰণ খোল নাখালে ভ্ৰাম্যমানৰ দুই ৰথী-মহাৰথীৰ প্ৰতিমূৰ্তি

 07/27/2021 - 17:50
 
 
বজালীঃ ভ্ৰাম্যমানৰ জনক অচ্যুত লহকৰ আৰু কহিনুৰ থিয়েটাৰৰ প্ৰযোজক মহীৰুহ ৰতন লহকৰৰ স্মৃতিত পাঠশালাৰ প্ৰগতী সংঘৰ বাকৰিত নিৰ্মাণ কৰা হৈছিল প্ৰতিমূৰ্তি। কিন্তু নিৰ্মাণৰ ডেৰ বছৰ পিচত আজিলৈকেও আৱৰণতে আবদ্ধ থাকিল দুই মহাৰথীৰ প্ৰতিমূৰ্তি। বিষয়টো সম্পৰ্কত বজালী অঞ্চলৰ সচেতন মহলৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে তীব্ৰ প্ৰতিক্ৰিয়াৰ ব্যক্ত কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।