যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ তীব্ৰ প্ৰতিবাদ

 07/28/2021 - 17:48
 
 
যোৰহাটঃ যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ তীব্ৰ প্ৰতিবাদ। প্ৰতিকৃতি দাহ মিজোৰামৰ মুখ্যমন্ত্রী জুৰামথাংগা আৰু কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ। মিজোৰাম আৰু অসমৰ সীমা বিবাদ সমাধানৰ দাবীত এই প্ৰতিবাদ। অমিত শ্বাহ, মিজোৰাম পুলিচৰ বিৰুদ্ধে বিভিন্ন শ্লঠগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদৰ সময়চোৱাত যোৰহাট আৰক্ষীৰ সৈতে মৃদু ঠেলা হেচা হয় প্ৰতিবাদকাৰীসকলৰ।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।