মৰিগাঁও জাগীৰোডৰ কুমৈত বিদ্যুৎস্পৃষ্ট হৈ পশুধনসহ এজন ব্যক্তিৰ মৃত্যু

 08/01/2021 - 13:33
 
 
মৰিগাঁওঃ মৰিগাঁও জাগীৰোডৰ কুমৈত বিদ্যুৎস্পৃষ্ট হৈ পশুধনসহ এজন ব্যক্তিৰ মৃত্যু। ব্যক্তিজনৰ নাম শিৱ প্ৰসাদ গগৈ (৪৯ বছৰ)। ওলমি থকা টাৰত লাগি এই ঘটনা। ৫ ঘণ্টাৰ পাছতো বিদ্যুৎ বিভাগৰ লোক উপস্থিত নোহোৱাত ক্ষোভিত ৰাইজে কৰিলে পথ অবৰোধ। প্ৰশাসনৰ লোকেও মুকলি কৰিব পৰা নাই পথ। মৃতদেহ নিবলৈ দিয়া নহ'ব, বিদ্যুত বিভাগৰ লোক নহা লৈকে প্ৰতিবাদ ৰাইজৰ। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.