ৰাষ্ট্ৰীয় ঘাইপথত ধন লৈ নিলম্বন দুই আৰক্ষী

 08/07/2021 - 13:40
 
 
 
বাইহাটা চাৰিআলিঃ ৰাষ্ট্ৰীয় ঘাইপথত ধন লৈ নিলম্বন দুই আৰক্ষী। নিলম্বন চাংসাৰী আৰক্ষী থানাৰ কনিষ্টবল নুৰ হুছেইন আৰু গৃহৰক্ষী জোৱান উপেন কলিতা। কামৰূপ আৰক্ষী অধীক্ষকক ৰাষ্ট্ৰীয় ঘাইপথত দুয়োজন আৰক্ষীয়ে ধন সংগ্ৰহ কৰা ভি,ডি,অ, কোনো ব্যক্তিয়ে প্ৰেৰণ কৰিছিল। শুকুৰবাৰে চাংসাৰী আৰক্ষী থানাত আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় নিজে উপস্থিত হয় দুয়োজনকে চাকৰীৰ পৰা নিলম্বন কৰে।
 
             
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।