চৰকাৰে আন্তঃজিলাৰ বাছ সেৱাৰ ক্ষেত্ৰত যি নতুন SOP আনিছে তাক তীব্ৰ ভাষাৰে সমালোচনা কামপুৰৰ কচুৱা তিনিআলিৰ পৰিবহন শ্ৰমিক সন্থাৰ

 08/20/2021 - 13:23
 
 
কামপুৰঃ চৰকাৰে আন্তঃজিলাৰ বাছ সেৱাৰ ক্ষেত্ৰত যি নতুন SOP আনিছে তাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে কামপুৰৰ কচুৱা তিনিআলিৰ পৰিবহন শ্ৰমিক সন্থাই। সন্থাৰ সভাপতি ছাইদুৰ ৰহমানে সংবাদ মাধ্যমৰ আগত কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ক’ভিড সৃষ্ট পৰিৱেশত জুৰুলা হোৱা মানুহখিনিৰ কথা চিন্তা নকৰি গো সুৰক্ষা আইনৰ ওপৰত হে গুৰুত্ব দিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।