হোজাই লংকাত ট্ৰাক চালকৰ তীব্ৰ প্ৰতিবাদ

 08/28/2021 - 12:40
 
নিউজ ডেস্কঃ হোজাই লংকাত অব্যাহত ট্ৰাক চালকৰ প্ৰতিবাদ৷ লংকা ৰে’লৱে ষ্টেচনত পুৱা প্ৰতিবাদ কৰে ট্ৰাক চালকসকলে৷ দিয়ংমুখত পাঁচজনকৈ চালক, হেন্দিমেনক নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদ৷ ন্যায় নোপোৱালৈক ডিমাও হাছাও জিলালৈ ট্ৰাক যোৱা বন্ধ ৰাখিব চালকসকলে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।