জামুগুৰিহাটৰ টৌভঙাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ১

 09/06/2021 - 17:44
 
 
জামুগুৰিহাটঃ জামুগুৰিহাটৰ টৌভঙাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা৷ জাইল' আৰু লুণা মটৰ চাইকেলৰ মাজত সংঘৰ্ষ৷ সংৰ্ঘষত থিতাতে নিহত মটৰচাইকেলৰ চালক৷ নিহতজনৰ নাম আব্দুল আৱাল(৫০) আৰু ঘৰ চতিয়াৰ কৰৈয়নীত৷
 
সংঘৰ্ষত জৰিত জাইলখনৰ নম্বৰ -As22A9669 আৰু লুণা মটৰ চাইকেলখনৰ নম্বৰ-As12 y9621 নাহৰ লগনৰ পৰা তীব্ৰ বেগেৰে অহা জাইল গাড়ীখনে মটৰ চাইকেলখনত খুন্দিয়াই পথৰ দাঁতিত ৰৈ থকা আন এখন গাড়ী AS-01EA-7740 Hudai.I 10.তো খুন্দা মাৰে৷ ফলত দুয়োখন গাড়ী চুৰ্ণবিচুৰ্ণ হয়৷
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।