মাজুলী জিলাৰ উপায়ুক্তৰ নিলম্বনৰ দাবীত উত্তাল প্ৰতিবাদ

 09/09/2021 - 12:45
 
 
মাজুলীঃ ফেৰী দুৰ্ঘটনাৰ বাবে আজি মাজুলী জিলা ছাত্ৰ সন্থাৰ ক’লা দিৱস পালন। মাজুলী উপায়ুক্তৰ নিলম্বনৰ দাবীত মাজুলী উত্তাল কৰি তোলে ছাত্ৰকৰ্মীসকলে। ৰঙাচাহী মহাবিদ্যালয়ৰ পৰা উলিওৱা হয় এক প্ৰতিবাদী কাৰ্য্যসূচী। কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে মাজুলী জিলা ছাত্ৰ সন্থা, মাজুলী জিলা অনুসূচীত জাতি ছাত্ৰ সন্থায়ে। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।