আজি প্ৰকাশ পাব দুৰ্গাপূজাৰ SOP, বিশ্বকৰ্মা পূজাৰ বাবে কোনো বিশেষ SOP নাই বুলি মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ

 09/15/2021 - 14:43
 
 
নিউজ ডেস্কঃ আজি প্ৰকাশ পাব দুৰ্গাপূজাৰ SOP। দুধনৈত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰে। বিশ্বকৰ্মা পূজাৰ বাবে কোনো বিশেষ SOP নাই বুলিও মন্তব্য।
 
দুধনৈত স্থাপন হ’ব অসমৰ দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয়। আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ স্থান পৰিদৰ্শন কৰিলে মন্ত্ৰী কেশৱ মহন্তই।সন্ধিয়া ৫.৩০ বজাত দিছপুৰত স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।