সুখবৰঃ ৰাজ্যত শীঘ্ৰেই অনুষ্ঠিত হ’ব টেট পৰীক্ষা

 09/15/2021 - 15:16
 
 
নিউজ ডেস্কঃ ৰাজ্যত শীঘ্ৰেই অনুষ্ঠিত হ’ব টেট পৰীক্ষা। মুঠ ৬,২৯৬ পদৰ বাবে অনুষ্ঠিত হ’ব টেট পৰীক্ষা। উচ্চ আৰু নিম্ন প্ৰাথমিকৰ শিক্ষকৰ বাবে হ’ব এই পৰীক্ষা ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।