কৰিমগঞ্জৰ ভঙ্গা এলাকাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ কেইবাজনো লোক আহত

 09/16/2021 - 16:18
 
 
কৰিমগঞ্জঃ কৰিমগঞ্জৰ ভঙ্গা এলাকাত পথ দুৰ্ঘটনা। দ্ৰুতগতিত অহা দুখন গাড়ীৰ সংঘৰ্ষত কেইবাজনো লোক আহত হয়। অসম ত্ৰিপুৰা সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথ ভঙ্গাত সংঘটিত হয় ঘটনাটো।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।