ড্ৰাগছ জাতীয় সামগ্ৰী দাহ মৰিগাঁও জিলা আৰক্ষীৰ

 09/29/2021 - 16:20
 
 
মৰিগাঁওঃ অসম চৰকাৰে ড্ৰাগছ বা ড্ৰাগছ জাতীয় সমূহ নিঃশেষ কথা একবাৰ উত্থাপন কৰা পিছত অসম আৰক্ষী এতিয়া সস্তম হৈ পৰিছে।
 
অসম আৰক্ষীয়ে ড্ৰাগছ বা ড্ৰাগছ জাতীয় বস্তু লগত জৰিত প্ৰতিজন লোকক উচিত শাস্তি দিয়া ড্ৰাগছ বা ড্ৰাগছ জাতীয় বস্তু একেবাৰে নিঃশেষ ভৱিষ্যত প্ৰজন্মক এক সুস্থ সৱল পৰিৱেশ প্ৰয়াস কৰিছে।
 
যাৰ বাবে ২৯ ছেপ্তেম্বৰ দিনা দণ্ডাধিক ন্যায়ালয়ৰ আদেশ অনুসৰি মৰিগাঁও জিলাৰ আৰক্ষীয়ে মানিপুৰ জেলৰ লগত থকা ফিল্ডত ড্ৰাগছ জাতীয় সামগ্ৰী দাহ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।