কাৰ্বি আংলং আৰক্ষী আৰু ৫নং অসম ৰাইফলৰ যুটীয়া অভিযানঃ তিনিটা অবৈধ AK-56 ৰাইফলসহ পাঁচজনক আটক

 10/02/2021 - 14:37

 

 

 
বোকাজানঃ আজি কেইজনমান সন্দেহজনক লোকে আধুনিক মাৰনাস্ত্ৰ আৰু সজীৱ গুলি লৈ নাগালেণ্ডৰ পৰা অসমলৈ অহাৰ এক গোপন তথ্যৰ আধাৰত 5নং অসম ৰাইফল আৰু কাৰ্বি আংলং আৰক্ষীয়ে এক অনুসন্ধান চলাই। বিভিন্ন ঠাইত যুটীয়াভাৱে নাকা তালাচী চলাই নাহৰজানৰ অন্তৰ্গত চতলেংৰী আৰক্ষী তহলদাৰী চকীত নাম্বাৰ বিহীন এখন জীপচিৰ পৰা 3 টা AK-56 ৰাইফল, মেগাজিনসহ সজীৱ গুলি আৰু এটা পিষ্টলসহ সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগত জড়িত পাঁচজন লোকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আটকাধীন লোক কেইজন 1/নগামপই ভাচহিম (Sgt Ngampoi vashim)2/মাজ আচহাং চিনথুং(sgt maj ashang chithung)3/টাৰটাৰ লানচুঙগে(tartar lanchungrei kamei)4/খুইকাচসুং থাঙকুল(khuikashung thangkhul)5/জীংকখি ওংগগ্ৰেইগাম(zingkhi wungreingam)(civ)উক্ত তালাচীৰ নেতৃত্বত আছিলনাহিদ কৰিশ্মা APS .Dysp hq কাৰ্বি আংলং
মনিকান্ত চমুৱা inspector বোকাজান আৰক্ষী থানাএছ আই P.ৰাভা দিলাই থানাআৰু তৰুণ বৰা চতলেংৰী আৰক্ষী তহলদাৰী চকী।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।