10/03/2021 - 15:40
in
নিউজ ডেস্কঃ ৰুক্মিণী গাঁৱত শুকুৰবাৰৰ নিশা সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা৷ গুৱাহাটীত শ্ৰমিকৰ ওপৰেৰে গাড়ী চলোৱা সুৰামত্ত সুন্দৰী যুৱতীক জামিন৷ আৰক্ষীৰ এজাহাৰত ত্ৰুটি আৰু দুৰ্বল গোচৰৰ বাবে একেদিনাই জামিন৷ সুৰামত্ত ৰাজকন্যা বৰুৱাই মহটিয়াই নিছিল ৮জন শ্ৰমিকক৷ এজন শ্ৰমিকৰ ভৰিও ছিঙি গৈছিল দুৰ্ঘটনাত৷