দেৱী দুৰ্গাৰ আশীৰ্বাদত গোসাইগাঁও সমষ্টিত জয়ী হ’ব বিপিএফ প্ৰাৰ্থী- হাগ্ৰামা মহিলাৰী

 10/14/2021 - 19:28
 
 
 
 
নিউজ ডেস্কঃ আজি মহানৱমী। মহানৱমী উপলক্ষে কোকৰাঝাৰ সদৰ চহৰৰ পাথৰঘাট, সুভাষপল্লী আদিকে ধৰি চাৰিটা পূজা মণ্ডপ পৰিভ্ৰমণ কৰি দেৱী দুৰ্গাৰ আশীস ল’লে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।