আজিৰে পৰা আৰম্ভ পুৰুষৰ t-২০ বিশ্বকাপ

 10/17/2021 - 18:51
 
 
 
 
নিউজ ডেস্কঃ আজিৰে পৰা আৰম্ভ হ’ব t-২০ বিশ্বকাপ৷ ইউ এ ইত আৰম্ভ হৈছে টি টুৱেণ্টী বিশ্বকাপ ২০২১ৰ মহাৰণ। প্ৰথমখন খেলত অৱতীৰ্ণ হৈছে গ্ৰুপ বিৰবওমান আৰু পাপুৱা নিউগিনিয়া আবেলি ৪ বজাৰ পৰা অল এমিৰেটচ ক্ৰিকেট গ্ৰাউণ্ডত। দ্বিতীয়খন খেল অনুষ্ঠিত হব নিশা ৮ বজাৰ পৰা স্কটলেণ্ড আৰু বাংলাদেশৰ মাজত।এইবাৰৰ প্ৰতিযোগিতাত মুঠ ১৬ টা দলে অংশগ্ৰহণ কৰিছে৷
 
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।