10/29/2021 - 13:17
in
নিউজ ডেস্কঃ বিগত ২৪ ঘণ্টাত দেশত ক’ৰণাত আক্ৰান্তৰ সংখ্যা ১৪ হাজাৰ ৩৪৮জন লোক। আনহাতে মৃত্যু হৈছে ৮০৫জন লোকৰ। এই দিনটোত ১৩ হাজাৰ ১৯৮জন লোক সুস্থ হৈ উঠিছে। দেশত বৰ্তমান ১ লাখ ৬১ হাজাৰ ৩৩৪জন লোক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। সুস্থ হৈ উঠিছে ৩ কোটি ৩৬ লাখ ২৭ হাজাৰ ৬৩২জন।