ডিগবৈ ৰাজপথত অঘটনঃ চলন্ত অৱস্থাত দাউদাউকৈ জ্বলি উঠিল মাৰুতি ভান, কথমপি প্ৰাণ ৰক্ষা চালকৰ

 11/03/2021 - 15:51
 
 
 
মাৰ্ঘেৰিটাঃ ডিগবৈ ৰাজপথত পুৱাই অঘটন। ৰাজপথত চলন্ত অৱস্থাত দাউদাউকৈ জ্বলি উঠিল মাৰুতি ভান। ডিগবৈ শ্বহীদ বেদি তিনিআলি সমীপত জ্বলি উঠিল ভানখন। চলন্ত অৱস্থাত আছিল মাৰুতি ভেনখন। গাড়ীখনৰ ভিতৰ সম্পূৰ্ণৰূপে জ্বলি ধ্বংশ হয়। কথমপি প্ৰাণ ৰক্ষা চালকৰ। গাড়ীৰখনৰ ভিতৰত আছিল দুটাকৈ গেছ চিলিণ্ডাৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।