হোজাইৰ নতুন বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

 11/06/2021 - 12:31
 
 
 
হোজাইঃ হোজাইৰ নতুন বজাৰৰ নৱনিৰ্মিত ফ্লাইঅভাৰৰ সমিপত পথ দুৰ্ঘটনা। এজন ব্যক্তিক বচাব গৈ চাৰিচকীয়া বাহনে গাড়ীৰ নিয়ন্ত্রণ হেৰুৱাই পথত  বাগৰি পৰিল। গাড়ীখনত থকা চালক ইমামুল আলী বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্থ বাহনখনৰ নম্বৰ AS 02 AF 5166 ।
ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ চালকজনক ততাতৈকৈ হোজাই অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে। লগতে দুৰ্ঘটনাত পতিত হোৱা বাহনখন হোজাই সদৰ থানালৈ লৈ আহে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.