গ্ৰন্থপ্ৰেমীৰ বাবে ভাল খবৰ! ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব গ্ৰন্থমেলা

 11/07/2021 - 15:18
 
 
 
নিউজ ডেস্কঃ সুখবৰ। ক’ভিড পৰিস্থিতিৰ পিছত গুৱাহাটীত অনুষ্ঠিত হ'ব গ্ৰন্থমেলা৷ ডিচেম্বৰৰ শেষ সপ্তাহত অনুষ্ঠিত হ'ব গ্ৰন্থমেলা৷ গুৱাহাটী গ্ৰন্থমেলা আৰু উত্তৰ-পূব গ্ৰন্থমেলা একেলগে অনুষ্ঠিত হ'ব৷প্ৰকাশন পৰিষদ আৰু গ্ৰন্থ বিক্ৰেতা সন্থাৰ দ্বাৰা যৌথভাৱে অনুষ্ঠিত হ'ব এইবাৰৰ গ্ৰন্থমেলা৷  
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।