বৰপথাৰৰ গেলাবিলতো ষট পূজাৰ ব্যাপক আয়োজন

 11/10/2021 - 19:18
 
 
 
 
সৰুপথাৰঃ সমগ্ৰ ৰাজ্যৰ লগতে বৰপথাৰৰ গেলাবিলটো দৈয়াং নদীৰ পাৰত ষট পূজাৰ আয়োজন৷ এই মুহূৰ্তত পূজাৰ আয়োজক তথা ভক্তই পূজাস্থলীত চলাইছে পূজা-অৰ্চনা৷ ৰাতিপুৱাৰ পৰাই ভক্তসকলে নিজ নিজ স্থানত বেদী তৈয়াৰ কৰি ব্যস্ত সূৰ্য দেৱতাক প্ৰাৰ্থনা কৰাত৷ আটকধুনীয়াকৈ সজাই তুলিছে পূজাস্থলী৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।