12/13/2021 - 18:36
in
নিউজ ডেস্কঃ কৰ’ণাৰ আতংক গুৱাহাটী বিশ্ববিদ্যালয়ত। বিশ্ববিদ্যালয় সপ্তাহ চলি থকাৰ মাজতে ক’ভিডত আক্ৰান্ত ১৯গৰাকী শিক্ষাৰ্থী।বিশ্ববিদ্যালয়খনৰ AT 9 আৰু AT 8 হোষ্টেলৰ ১১ আবাসী ক’ভিডত আক্ৰান্ত হৈছে।ইয়াৰ লগতে RCC 6 হোষ্টেলৰ ৪গৰাকী আবাসী AT 2 আৰু AT 3ৰ ছাত্ৰী নিৱাসৰ এগৰাকী আবাসী ক’ভিডত আক্ৰান্ত হৈছে।ইয়াৰ পিছতে পাছতে স্বাস্থ্য বিভাগৰ নিৰ্দেশত হোষ্টেলে হোষ্টেলে চলিছে ক’ভিড টেষ্ট।