12/24/2021 - 16:55
in
সৰুপথাৰঃ গোলাঘাট জিলাৰ বৰপথাৰত পৰিবহণ বিভাগ, আৰক্ষী আৰু বৰপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে, হেলমেটৰ ওপৰত সজাগতা আনিবৰ বাবে বাইক ৰেলি। দুৰ্ঘটনাৰ পৰা নিজকে বচাবলৈ কি কি উপায় অৱলম্বন কৰিব লাগে, লগতে ছাত্র-ছাত্রীক কেনেকে সজাগ সচেতনতা কৰিব পাৰি তাৰ ওপৰতো এই ৰেলিত বিভিন্ন শ্ল’গানেৰে ৰাইজক সজাগ কৰে।