কাজিৰঙাত পথ দুৰ্ঘটনাঃ বায়ু সেনাৰ ফ্লাইট লেফটেনেণ্ট জৰ্জ কুৰীয়াকৰ্জৰ মৃত্যু

 02/18/2022 - 14:04
 
 
নিউজ ডেস্কঃ কাজিৰঙাত পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত নিহত সুখই বিমানৰ পাইলট। কাজিৰঙাত পথ দুৰ্ঘটনাত বায়ু সেনাৰ ফ্লাইট লেফ্টটেনেণ্ট জৰ্জ কুৰীয়াকৰ্জ্জৰ মৃত্যু।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।