মছজিদত প্ৰৱেশ কৃষ্ণৰ

 03/20/2022 - 15:33

মছজিদত প্ৰৱেশ কৃষ্ণৰ

মছজিদৰ ভিতৰত প্ৰৱেশ কৃষ্ণৰ,দৰ্শন কৰিলে মছজিদ। আবু ধাবিৰ শ্বেখ জায়েদ গ্ৰেণ্ড মছজিদত প্ৰৱেশ কৰিলে বিজেপি নেতা তথা অভিনেতা কৃষ্ণকুমাৰে

দেশজুৰি চলি থকা হিজাব বিৰ্তকৰ মাজতে বিজেপি নেতা কৃষ্ণকুমাৰৰ সৈতে যোৱা দুই কন্যাই হিজাব পৰিধান কৰি দৰ্শন কৰিলে মছজিদ

হিজাব পৰিধান কৰা ফ'টো ছচিয়াল মিডিয়াত আপলোড কৰি ক'লে "এইটো আটাইতকৈ গৌৰৱময় মূহুৰ্ত"। তাৰ পিছতে এই ফেচবুক পোষ্টটোক লৈ আৰম্ভ হৈছে দেশজুৰি তীব্ৰ চৰ্চাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.