উদ্ধাৰ হ'ল চীনত সংঘটিত হোৱা দুৰ্ঘটনাৰ বিমানৰ ব্লেক বক্স

 03/24/2022 - 16:46

উদ্ধাৰ হ'ল চীনত সংঘটিত হোৱা দুৰ্ঘটনাৰ বিমানৰ ব্লেক বক্স 

দুৰ্ঘটনা পতিত হোৱা বিমানখনত ১৩৩জন যাত্ৰীৰ নিহত। দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল  বয়িং- ৭৩৭

কুনমিঙৰ পৰা গুৱাংচি অভিমুখে গৈ আছিল বিমানখন। গুৱাংচিৰ দুৰ্গম পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল বিমানখন

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।