সলনি হ'ল চেন্নাই চুপাৰ কিংছৰ অধিনায়ক!

 03/24/2022 - 18:03

সলনি হ'ল চেন্নাই চুপাৰ কিংছৰ অধিনায়ক!
 CSKৰ দায়িত্বভাৰৰ পৰা অব্যাহত মহেন্দ্ৰ সিং ধোনীৰ। নতুন CSKৰ অধিনায়কৰ দায়িত্বভাৰ প্ৰদান কৰিলে ৰবীন্দ্ৰ জাদেজাক ।

২০১২ চনৰ পৰাই  চেন্নাই চুপাৰ কিংছৰ হৈ খেলত অংশ গ্ৰহণ কৰি আহিছে  ৰবীন্দ্ৰ জাদেজাই। ২০২২ বৰ্ষৰ IPLত উইকেটকগপাৰ, বেটচমেন হিচাপে থাকিব মহেন্দ্ৰ সিং ধোনি
 ২৬ মাৰ্চত মুম্বাইৰ ৱাংখেৰ ষ্টেডিয়ামত Kolkata knight ridersৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.