03/28/2022 - 14:34
in
নিউজ ডেস্কঃ ‘মই জীয়াই থকালৈ অসমত AIUDF চৰকাৰ হ’ব নিদিও। ৰাজ্যসভাৰ নিৰ্বাচনত শাসক পক্ষৰ দুয়োখনতে জয় নিশ্চিত।’’ – এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। ভৱেশ কলিতাই কয়, বিৰোধীয়ে ভোট দিলেও বিধয়ক পদ খাৰিজ নহয় বুলি অধ্যক্ষই কৈছে। অধ্যক্ষই কেতিয়াও পক্ষপাতিত্ব কৰা নাই, এয়া বিৰোধীৰ ভিত্তিহীন অভিযোগ। হুইপ জাৰি কৰিব নালাগে বিজেপিয়ে। পৌৰ নিৰ্বাচনত ৬০টাতে আমাৰ মিত্ৰজোটৰ জয় হ’ব, কংগ্ৰেছ হাৰিব।