কান চলচ্চিত্ৰ মহোৎসৱত বিচাৰকৰ ভূমিকাত বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকণ

 05/17/2022 - 16:38

 

নিউজ ডেস্কঃ কান চলচ্চিত্ৰ মহোৎসৱত বিচাৰকৰ ভূমিকাত বলিউডৰ অভিনেত্ৰী দীপিকা পাডুকণ৷ কান চলচ্চিত্ৰ মহোৎসৱত জুৰিৰ আসনত বহিব অভিনেত্ৰীগৰাকীয়ে। ভাৰতৰ পৰা একমাত্ৰ জুৰি হিচাপে থাকিব দীপিকা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।