ভাৰতীয় গণতন্ত্র সকলোৰে বাবে আদর্শ- প্ৰধানমন্ত্ৰী

 05/23/2022 - 19:50
 
 
নিউজ ডেস্কঃ জাপানত ভাৰতীয় নাগৰিকক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় ভাৰতীয় গণতন্ত্র সকলোৰে বাবে আদর্শ৷ ভাৰতত পুৰুষতকৈ মহিলাই অধিক ভোটাধিকাৰ সাব্যস্ত কৰে৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।