বিশ্ব বিখ্যাত কণ্ঠশিল্পী জাষ্টিন বিবাৰৰ পেৰেলাইচিচ

 06/11/2022 - 14:26
 
 
নিউজ ডেস্কঃ বিশ্ব বিখ্যাত কণ্ঠশিল্পী জাষ্টিন বিবাৰৰ পেৰেলাইচিচ৷ ফেচিয়েল পেৰেলাইচিচত আক্ৰান্ত বিবাৰ৷Ramsay Hunt syndrome স্পষ্ট জাষ্টিনৰ শৰীৰত৷২৮ বছৰীয়া কণ্ঠশিল্পী গৰাকীয়ে Instagramৰ জড়িয়তে জনাইছে এই তথ্য৷মুখৰ বাওঁফালটো পেৰেলাইচিচৰ দ্বাৰা আক্ৰান্ত
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।