একতাৰ সুন্দৰ নিৰ্দশনঃ ঢেকিয়াখোৱা বৰ নামঘৰলৈ অহা ৰাইজক যোৰহাট ৰজাবাৰী মছজিদৰ যুৱ সংঘই যোগান ধৰিলে বিশুদ্ধ পানী আৰু ফলৰ ৰস

 09/12/2022 - 19:54
 
 
 
ভাতৃত্ববোদৰ এনাজৰীডাল সুন্দৰকৈ দাঙি ধৰিলে যোৰহাট ৰজাবাৰী মছজিদ যুৱ সংঘই। আজি ৰজাবাৰী মছজিদ যুৱ সংঘৰ উদ্যোগত ভাদ মাহ উপলক্ষে ঢেকীয়াখোৱা বৰনামঘৰলৈ অহা ভক্তপ্ৰাণ ৰাইজলৈ বিশুদ্ধ খোৱা পানী আৰু ফলৰ ৰস বিতৰণ কৰা হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।