কচুৱাত আমছুৰ সংবাদ মেল

 09/13/2022 - 16:48
কচুৱাত আমছুৰ সংবাদ মেল
 
 
কঠিয়য়াতলী উন্নয়নখণ্ডৰ বিভিন্ন পঞ্চায়তত সকঠিয়াতলী উন্নয়নখণ্ডৰ বিভিন্ন পঞ্চায়তত সংঘটিত হোৱা PMAY আচনিত হোৱা দূৰ্নীতিৰ সম্পৰ্কত এই সংবাদমেল৷ সংবাদমেলত উপস্থিত আমছুৰ সাধাৰণ সম্পাদক নজৰুল ইছলামৰ লগতে আন আন সদস্যসকল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।