আজি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাব তিথি, নাৰায়নপুৰৰ লেতেকুপুখুৰীটো বৰ্ণাঢ্য আয়োজন

 09/15/2022 - 14:57
 
নাৰায়ণপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৰুজনাৰ জন্মস্থান নাৰায়্ণপুৰৰ লেতেকুপুখুৰীটো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে এই তিৰোভাব তিথি৷ পুৱাৰ পৰাই নাম কীৰ্তনৰে মুখৰিত হৈ পৰিছে গুৰুজনাৰ জন্মস্থান৷ বিভিন্ন স্থানৰ পৰা ভক্ত বৈষ্ণৱ আহি এতিয়া ভিৰ কৰিছেহি থানৰ পদূলিত৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।