দিন হাজিৰা কৰা পিতৃ-মাতৃৰ পুত্ৰ হ’লগৈ অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়ান

 09/18/2022 - 18:44

 

গহপুৰঃ আজি ঘোষিত অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়ানৰ ফলাফলত উৎফুল্লিত গহপুৰ হেলেমৰ এৰাসুঁতি এটি পৰিয়াল। গহপুৰ হেলেমৰ অতি ভিতৰুৱা অঞ্চল এৰাসুঁতিৰ এটি দৰিদ্ৰ পৰিয়ালৰ দিন হাজিৰা কৰা টিকাৰাম দৰ্জী আৰু কৌশল্যা দৰ্জীৰ জ্যেষ্ঠ পুত্ৰ দামোদৰ দৰ্জীক দিন হাজিৰা কৰি শিক্ষা দীক্ষা প্ৰদান কৰিছিল পিতৃ মাতৃয়ে। অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক দামোদৰে কামাণ্ডো বেটেলিয়ানৰ মকৰলত উত্তীৰ্ণ হোৱাত উৎফুল্লিত পিতৃ মাতৃ তথা গাওঁবাসী।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।