কামৰূপৰ বাইহাটা চাৰিআলিৰ মুক্তাপুৰত জাৰ্মানৰ বিজ্ঞানী

 10/15/2022 - 14:27
 
 
 
বাইহাটা চাৰিআলিঃ কামৰূপৰ বাইহাটা চাৰিআলিৰ মুক্তাপুৰত জাৰ্মানৰ বিজ্ঞানী। জাৰ্মানৰ বুখান বিশ্ব বিদ্যালয়ৰ কেমিকেল engineering বিভাগৰ মুৰব্বী বিজ্ঞানী খ্ৰীষ্টায়ান কাজনাৰ মত বিনিময় ছাত্র-ছাত্ৰীৰে। মুক্তাপুৰত থকা OSMO international স্কুলৰ ছাত্র-ছাত্ৰীৰে মত-বিনিময় বিজ্ঞানী গৰাকীৰ। পানীৰ পুনৰ ব্যৱহাৰ বিষয়ত অধ্যয়ন কৰা জ্যেষ্ঠ বিজ্ঞানী গৰাকীয়ে অসমত পানীৰ পুনৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যঠেষ্ট কৰনীয় আছে বুলিও মন্তব্য কৰে। OSMO International সঞ্চালক দেবজিত দাসে আঁত ধৰা অনুষ্ঠানত লোক নৃত্য প্ৰদৰ্শন কৰে বিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।